
মানুহজন সাংঘাতিকভাৱে বিৰক্ত হ’ল মোৰ বিত্তীয় উপদেশত৷ তেওঁ ইকুইটি ফাণ্ডত চিপৰ জৰিয়তে বিনিয়োগ কৰিব নোখোজে৷ লাৰ্জ কেপ ফাণ্ড তেওঁৰ অপছন্দ৷ তেওঁৰ দীৰ্ঘদিনৰ বাবে ইকুইটিত বিনিয়োগ কৰাৰো কোনো ইচ্ছা নাই৷ মোক আৰু ব্যাখ্যা কৰিবলৈ সুযোগ নিদি অধৈৰ্যভাৱে অচিনাকি … [Continue reading]



