
যিকোনো তথ্যক পক্ষপাতহীনভাৱে চালি-জাৰি চাই আমি সিদ্ধান্তলৈ অহা উচিত৷ এই কথাষাৰ আপুনি সমৰ্থন কৰেনে বুলি প্ৰশ্নৰ অৱতাৰণা কৰিলে আপুনি হয়তো বিৰক্তহে হ’ব৷ হয়, আপোনাৰ যুক্তিবাদী মনটোক মই শ্ৰদ্ধা কৰো৷ কিন্তু আপুনি যদিহে মোৰ দৰে এজন সাধাৰণ মানুহ তেন্তে আমি … [Continue reading]



