
ৰবীন দত্তৰ মতে উৰুকাৰ বাবে চিতল মাছ আগদিনাই কিনি থ’ব লাগে৷ অলপ কম দামতে পোৱা যায়৷ পিচদিনা দাম কি পৰ্যায় পায়গৈ কোনো ঠিক নাই৷ ভালকৈ কুটি-বাছি ফ্ৰীজত ভৰাই থ’লেই হ’ব৷ দত্তৰ বন্ধু কৃষ্ণ কলিতাৰ কিন্তু এই সম্পৰ্কে দ্বিমত আছে৷ কলিতাৰ মতে উৰুকাৰ দিনা … [Continue reading]



