
ৰেটিং আৰু ৰেটিং এজেন্সি : আপোনাৰ অঞ্চলৰ দুজন ব্যক্তি। এজন অৱস্থাপন্ন আৰু লেনদেনত ভাল বুলি আপুনি জানে। আনজনক যদিও আপুনি চিনি পায়, তেওঁৰ লেনদেনৰ ইতিহাস আপোনাৰ জ্ঞাত নহয়।আপোনাৰ হাতত ধাৰে দিব পৰা এক লাখ টকা আছে আৰু সেই পৰিমাণৰ টকা দুয়োজনে আপোনাৰ পৰা … [Continue reading]



