
মিউচুৱেল ফাণ্ডৰ আঁচনি এখন কেতিয়া ভাল বুলি ক’ম ? যেতিয়া ভাল ৰিটাৰ্ন দিয়ে, নহয় জানো ? কিমান শতাংশ ৰিটাৰ্নক ভাল বুলি ধৰিম ? বিশেষকৈ যেতিয়া বজাৰ দীৰ্ঘসময়ৰ বাবে বেয়া থাকে তেতিয়া ভাল ইকুইটি আঁচনি এখন কেনেকৈ নিৰ্বাচন কৰিম ? এনেধৰণৰ সমস্যাৰ মুখামুখি হ’বলগাত … [Continue reading]



