
লুডু খেলিছে নহয় ? আপোনাক লগা সংখ্যাটো যেনিবা ৬। কি কৰে তেতিয়া ? বহুজনৰ দৰে গুটি ভৰোৱা সৰু প্লাষ্টিকৰ কাপটো জোৰেৰে জোকাৰে নেকি ? আকৌ যেতিয়া প্ৰয়োজন হয় এটা সৰু নম্বৰৰ, তেতিয়া ? আলফুলকৈ জোকাৰি গুটিটো ব’ৰ্ডত ঢালি নিদিয়েতো ? কোনোবাই যদি আপোনালৈ লটাৰী খেলৰ … [Continue reading]



