
অভিধানিক অৰ্থত ৰিস্ক এনে এক অৱস্থা যি বিপদৰ বাবে উন্মুক্ত। এতিয়া যদি আমি বিনিয়োগৰ বাবে ৰিস্ক শব্দটো ব্যৱহাৰ কৰিব খোজো তেতিয়া সেই “বিপদ” শব্দটোৰ স্থান ল’ব “লোকচান”য়ে। এতেকে বিনিয়োগত ৰিস্ক হ’ল এনে এক অৱস্থা য’ত বিনিয়োগকাৰীৰ সম্পদ লোকচানৰ সন্মুখীন হোৱাৰ … [Continue reading]



