
সাধাৰণতে আশাই হওক বা আশংকাই হওক আমাক অধিক প্ৰভাৱাম্বিত কৰে শেহতীয়া অভিজ্ঞতাই। আচৰণ সমন্ধীয় বিত্তীয় চৰ্চাত ইয়াক কোৱা হয় ৰিচেন্সি বায়াছ বা সাম্প্ৰতিকতা পক্ষপাত। অতি শেহতীয়াভাৱে যদি ইকুইটিৰ ৰিটাৰ্ন ঋণাত্মক হয় তেন্তে আমি এই সম্পদশ্ৰেণীটোক সন্দেহ কৰিবলৈ … [Continue reading]



