
দুৱাৰখন ঠেলি আপুনি গুৱাহাটীৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল৷ সোমায়েই আপোনাৰ চকু ৰ’লএখন টেবুলত৷ এগৰাকী যুবতীয়ে ৰেড ৱাইনৰ গ্লাছ এটাত চুমুক দি আছে৷ পিন্ধনত তেওঁৰ উজ্জ্বল ৰঙৰ আধুনিক পোছাক৷ সন্মুখত এজন সুদৰ্শন যুবক৷ আপোনাৰ এনে লাগিল ক’ৰবাত যেন যুবকজনক … [Continue reading]



