
আমাৰ আইতাই আগতে কণীবোৰ একেটা পাত্ৰতে নথৈছিল৷ ইটোৰ লগত সিটোৰ ঘঁহনি খাই নাভাগিবলৈ তুঁহগুড়ি দিয়াৰ উপৰি একাধিক পাত্ৰ ব্যৱহাৰ কৰিছিল, যাতে কিবা অঘটনত এটা পাত্ৰত থকা কণী ভাগিলেও বাকীকেইটাত থকাখিনি ৰক্ষা পৰে৷ আইতাৰ এই কৌশলটো ময়ো ব্যক্তিগত জীৱনত নলগোৱা নহয়৷ … [Continue reading]



