
টাইফানৱান (Tiefanwan) এটা চীনা শব্দ। ইয়াৰ অৰ্থ হৈছে ‘লৌহ ভাতৰ বাটি’ (Iron Rice Bowl)। ১৯৪৯ চনৰ ১অক্টোবৰত সাম্যবাদ প্ৰতিষ্ঠা হোৱাৰ পাচত চীনৰ চৰকাৰে তেওঁলোকৰ সকলো কৰ্মচাৰীক নিশ্চিত কৰ্ম জীৱন আৰু অৱসৰৰ পাচত চিন্তা কৰিব নলগাকৈ জীয়াই থাকিব পৰা ব্যৱস্থাটোক … [Continue reading]



