
এমাহৰ আগতে প্ৰকাশ হোৱা ‘৭২ ৰ নিয়ম আপুনি জানেনে?’ শীৰ্ষক লেখাটোৰ বাবে যথেষ্টসংখ্যক ব্যক্তিৰ পৰা ফোন পাইছো৷ বহুতে কৈছে এই সহজ নিয়মটোৰ বিষয়ে তেওঁলোক পূৰ্বতে অৱগত নাছিল৷ আজি সেই ৭২ ৰ নিয়মৰ জৰিয়তে আন কিছুমান দৰকাৰী কথা পৰ্যালোচনা কৰিব খুজিছো৷ যিসকলে … [Continue reading]



